চলচিত্ৰত জ্যোতিৰ যুগ আৰু অসমীয়া গীতি সাহিত্য

By ফাৰহানা আহমেদ

“চলচিত্ৰত জ্যোতিৰ যুগ আৰু অসমীয়া গীতি সাহিত্য” সময় তেতিয়াও বিশ্ব চলচিত্ৰৰ চালুকীয়া অৱস্থা আৰু শব্দ সংযোজনৰ আখৰা মাত্ৰ৷ মুঠতে নিৰ্বাক আৰু সবাক ছবিৰ আলিদুমোজা৷ভাৰততো টকিৰ আৰম্ভণী যুগ৷সেইসময়তে 1935 চনত প্ৰথমবাৰৰ বাবে অসমীয়া চলচিত্ৰ তথা প্ৰথমখন অসমীয়া সবাক চলচিত্ৰই মুক্তি লাভ কৰে৷ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অপূৰ্ব সৃষ্টি “জয়মতী”৷জ্যোতিপ্ৰসাদে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ লেখা ‘জয়মতী’ক ছেলুলয়দৰ যি অভিনৱ প্ৰলেপ,যি … Continue reading “চলচিত্ৰত জ্যোতিৰ যুগ আৰু অসমীয়া গীতি সাহিত্য”

নাম

By Dolly Boruah

পাহাৰ পৰ্বত জুৰি নদী মাটি পথাৰ গছ লতা আমি নাম দি লৈছিলোঁ সিহঁতক বেলেগ বেলেগকৈ চিনিবলৈ নাম নিদিলে আমি সিহঁতক জানো নিচিনিলোঁহেতেন চিনিলোঁহেতেন যেনেকৈ যতি চিন নোহোৱাকৈ জানিছোঁ বাক্যবোৰ বেলেগ কিন্তু আনৰ লগত কেনেকৈ কথা পাতিলোঁহেতেন নাইবা কবিতা কবিতা লগা এই কথাখিনিক কবিতাত কেনেকৈ পালোঁহেতেন বস্তুক নামলৈ নোতোলাকৈ কাণ্ডক ক্রিয়ালৈ সলনি নকৰাকৈ আমি জগত সাজিম … Continue reading “নাম”

Fire

By Dolly Boruah

The forest was not burning. The house remained peaceful. The words were afire. But cool without the touch. Iron in the soul Was fire in the words. You touched And strange, the fire caught the body You shouted, “Beware, you may burn.” Soon the rain came, It doused the fire. But the mind was in … Continue reading “Fire”

কাউৰী

By Dolly Boruah

অজাতি কাউৰী ৷ তাইনো কেতিয়া মঙ্গলৰ বতৰা আনে ! তাই মোৰ কান্ধত মল পেলাওতে মই তাইক মৰ বুলি কৈছিলোঁ ৷ শাও দিয়া নাছিলোঁ ৷ কালিৰে ঘটনা পাহৰিও গৈছিলোঁ ৷ আজি দেখিলোঁ বিজুলী-তাঁৰত খুন্দিয়াই পৰি আছে তাইৰ জঠৰ দেহটো ৷ তাইৰ কাষেদি পাৰ হৈ যাওঁতে একো নাভাবিলোঁ ৷ বহুত দূৰলৈ গৈ ওভতি আহিলোঁ ৷ দেখিলোঁ, তাইৰ … Continue reading “কাউৰী”

স্পনশ্বৰশ্বিপসমূহ

By SHSSAA

স্পনশ্বৰশ্বিপসমূহ: 1) মাননীয় অসম চৰকাৰৰ কৃষি বিভাগ, 2)ৰয়েল ষ্টেগ কোম্পানী, 3)এয়াৰটেল কোম্পানী, 4)সূৰ্য্যগল্ড চিমেন্ট কোম্পানী,,,,, তাৰোপৰি মেগাজিনখনলৈ হোটেল ৰাজাৱাচ,ডিব্ৰুগড়,,নলিনীকান্ত দহোটীয়া জুনিয়ৰ কলেজ,পুণ্য ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিস্থানলৈও আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলো৷🙏

ৰোমন্থন” ৰ দাতাসকল

By SHSSAA

“ৰোমন্থন” ৰ দাতাসকল:- 1985 বৰ্ষ : গামোচাসমূহ 1989 ” : ষ্টেজৰ মূল অংশৰ খৰছ, 1993 বৰ্ষ: ৰোমন্থনৰ “চেজ” খন, 1992 বৰ্ষ: বাইক ৰেলীৰ ফ্লেগ,ষ্টিকাৰসমূহ, 1998 বৰ্ষ:পাত/গিলাচসমূহ, শ্ৰী বিনোদ বৰুৱা : মিনাৰেল ৱাটাৰ বটলসমূহ, শ্ৰী প্ৰজেশ বাহেতী: খোৱা পানী টেংকী আৰু বাইক ৰেলীৰ “টি চাৰ্ট” সমূহ, শ্ৰী প্ৰশান্ত শইকীয়া: শিক্ষক/শিক্ষয়ত্ৰীক দিয়া স্মাৰক”মাগ”সমূহ, শ্ৰী ঘন হাজৰিকা: সম্পূৰ্ণ … Continue reading “ৰোমন্থন” ৰ দাতাসকল”

প্ৰাক্তন ছাত্ৰ সন্মিলন গঠন হোৱাৰ চেনাইৰাম বৰ্ডিংখেলপথাৰ ও ছাত্ৰবাসটোৰ উন্নয়নৰ প্ৰক্ৰিয়াত প্ৰাক্তন ছাত্ৰসকলৰ লগতে ,যিসকলৰ বলিষ্ঠ যোগদান/অৱদান আছে,তেওঁলোকক আমি আজিও শ্ৰদ্ধাৰে সোঁৱৰিছো৷

By SHSSAA

প্ৰাক্তন ছাত্ৰ সন্মিলন গঠন হোৱাৰ চেনাইৰাম বৰ্ডিংখেলপথাৰ ও ছাত্ৰবাসটোৰ উন্নয়নৰ প্ৰক্ৰিয়াত প্ৰাক্তন ছাত্ৰসকলৰ লগতে ,যিসকলৰ বলিষ্ঠ যোগদান/অৱদান আছে,তেওঁলোকক আমি আজিও শ্ৰদ্ধাৰে সোঁৱৰিছো৷ আমাৰ 2য় আৰক্ষী বাহিনী,মাকুম,ৰ সৰ্বাধিনায়ক মহোদয় আৰু জোৱানসকলৰ ওচৰত আমি চিৰ কৃতজ্ঞ৷তিনিচুকীয়া জিলাৰ আৰক্ষীনন অধীক্ষক মহোদয় ও যান বাহন আৰক্ষী শাখাৰ যোগেদি আমাক জেচিবি প্ৰদান কৰি পোন প্ৰথমে খেলপথাৰখন জংঘলমূক্ত কৰোৱাত মূখ্য ভূমিকা … Continue reading “প্ৰাক্তন ছাত্ৰ সন্মিলন গঠন হোৱাৰ চেনাইৰাম বৰ্ডিংখেলপথাৰ ও ছাত্ৰবাসটোৰ উন্নয়নৰ প্ৰক্ৰিয়াত প্ৰাক্তন ছাত্ৰসকলৰ লগতে ,যিসকলৰ বলিষ্ঠ যোগদান/অৱদান আছে,তেওঁলোকক আমি আজিও শ্ৰদ্ধাৰে সোঁৱৰিছো৷”